specificspecific heat

specific gravity (English) [ IPA: spɪˈsɪfɪk ˈgrævətiː ASM: স্পেচিফিক গ্ৰেভিটি]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
1. Physics(Abstract Noun) The ratio of the density of any substance to the density of some other substance taken as standard, water being the standard for liquids and solids, and hydrogen or air being the standard for gases. যিকোনো এটা পদাৰ্থৰ আন এটা মান্য পদাৰ্থৰ ঘনত্বৰ সৈতে পৰস্পৰ অনুপাত; কঠিন আৰু জুলীয়া পদাৰ্থৰ কাৰণে পানী আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত হাইদ্ৰ’জেন অথবা বায়ুক মান্য পদাৰ্থ হিচাবে ধৰা হয়৷